Wayground logo

Free Printable Worksheets

Font size

S
M
L
XL
Worksheets

Assamese quizziz

Total questions: 5

Worksheet time: 2mins

Name
Class
Date
1.

স্বৰৰ পৰিৱৰ্তিত ৰূপক কি বোলে?

a)

স্বৰচিহ্ন

b)

স্বৰবৰ্ণ

c)

শব্দ

d)

আখৰ

2.

ভাষাৰ ৰূপ কেইটা?

a)

এটা

b)

দুটা

c)

তিনিটা

d)

চাৰিটা

3.

ং আৰু ঃ হ'ল

a)

অযোগবাহ বৰ্ণ

b)

উষ্ম বৰ্ণ

c)

নাসিক্য বৰ্ণ

d)

অন্তঃস্থ বৰ্ণ

4.

তলৰ কোনটো শব্দ স্ত্ৰীলিংগ নহয়?

a)

গায়িকা

b)

ৰান্ধনি

c)

দাৱনী

d)

মাখুন্দী

5.

তলৰ কোনটো বিশেষণ নহয়?

a)

দুৰ্বল

b)

পঞ্চম

c)

বলবান

d)

বালক