NEW
Font size
WorksheetsPLASTIC POLLUTION - WEBQUEST
Total questions: 15
Worksheet time: 8mins
পৃথিৱীত প্ৰথম সংশ্লেষিত প্লাষ্টিক হৈছে
নাইলন
বেকেলাইট
ডেক্ৰন
পলিথিন
বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় -
২ জুন
৩ জুন
৫ জুন
১০ জুন
মাৰ্বল কেঞ্চাৰৰ কাৰণ
এছিড বৰষুণ
মাটিৰ কণা
CFC
কুঁৱলী
তলৰ কোনটো সেউজ গৃহ গেছ নহয়
কাৰ্বন-ডাই-গেছ
ছালফাৰ-ডাই-অক্সাইড
মিথেন
নাইট্ৰ’জেন
প্লাষ্টিক জৈৱিকভাৱে জীন যায়।
শুদ্ধ
অশুদ্ধ
তলৰ কোনটো গেছ মাটিত পেলোৱা আৱৰ্জনাৰ পৰা প্ৰস্তুত কৰা হয়
জৈৱ গেছ
প্ৰাকৃতিক গেছ
পেট্ৰ’লিয়াম গেছ
ওপৰৰ সকলো
জৈৱ গেছৰ মূল উপাদান হ’ল –
কাৰ্বন-ডাই-গেছ
মিথেন
নাইট্ৰ’জেন
হাইড্ৰ’জেন
নিৰ্বনানীকৰণে সাধাৰণতে কি হ্ৰাস কৰে-
বৃষ্টিপাত
গোলকীয় উষ্ণতা
ভূমিক্ষয়
ওপৰৰ এটাও নহয়
শব্দ প্ৰদূষণৰ ফলত কি সমস্যাৰ সৃষ্টি হয় ?
তীব্ৰ জ্বৰ
পেটৰ বিষ
কাণৰ ক্ষতি, বমি, মূৰ ঘূৰণি
ওপৰৰ সকলো
প্লাষ্টিক পুনৰ ব্যৱহাৰযোগ্য কৰিবলৈ কঠিন কিয় ?
ই বহুত কোমল
ইয়াত বহুত প্ৰকাৰৰ পলিমাৰ ৰেজিন আছে
ওপৰৰ দুয়োটা
ওপৰৰ এটাও নহয়
তলৰ কোনটো বছৰত মহাসাগৰত মাছতকৈ বেছি প্লাষ্টিক পোৱা যাব ?
২০৩০
২০৪০
২০৫০
২০২০
এটুকুৰা প্লাষ্টিক মাটিত মিহলি হৈ যাবলৈ প্ৰায় কিমান সময় লয় ?
১০০০ বছৰ
১০০ বছৰ
১ মিলিয়ন বছৰ
কেতিয়াও নহয়
তুমি প্লাষ্টিক প্ৰদূষণ কমাবৰ বাবে কোনটো পদক্ষেপ ল'বা ?
বজাৰৰ বেগবোৰ পুনৰ ব্যাৱহাৰ কৰি
কাগজৰ কাপ-প্লেট ব্যাৱহাৰ কৰি
কাপোৰৰ মোনা ব্যাৱহাৰ কৰি
ওপৰৰ সকলো
তলৰ কোনটো সাধাৰণতে ব্যৱহাৰ কৰা সামগ্ৰীত প্লাষ্টিক নাথাকে ?
গীটাৰ
আলোচনী
কলম
ওপৰৰ এটাও নহয়
এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বহুত বিকল্প আছে
সঁচা
মিছা
