WorksheetsMischelanous
Total questions: 15
Worksheet time: 5mins
১৮৯১ চনত লোকপিয়লৰ চুপাৰিণটেণ্ডেণ্ট এডৱাৰ্ড এলবাৰ্ট গেইটে বিভিন্ন তথ্য আহৰণৰ বাবে এজন অসমীয়া বিষয়াক অসমৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰিছিল । লক্ষীমপুৰ অঞ্চলত জন জাতীয় জীৱনৰ সংস্পৰ্শই তেওঁক এখন উপন্যাস লিখিবলৈ অৰিহনা যোগায়। বৰপেটাত ছাৱ ডেপুটি কালেক্টৰ হৈ থকা কালত তেওঁ এই উপন্যাস লিখি ১৮৯৫চনত প্ৰকাশ কৰে। উপন্যাসখনৰ নাম কি?
দুৰ্গেশনন্দিনী
মিৰি জীয়ৰী
আগ্নেয়গিৰি
ৰঙিলী
নগাওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় হ'ল অসমৰ তৃতীয়খন চৰকাৰী বিদ্যালয়। ১৯১৩-১৪বৰ্ষত ৰত্নকান্ত বৰকাকতী , হলধৰ ভূঞা আদি অগ্ৰণী ছাত্ৰ ৰ উদ্যোগত বিদ্যালয়খনৰ পৰা এখন হাতেলিখা আলোচনী প্ৰকাশ পায়। এই আলোচনীখনৰ নাম কি আছিল?
প্ৰজ্ঞা
বিজুলী
কুঁহি
কিৰণ
ৰামায়নৰ কাহিনীৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস কোনখন?
আদিকাণ্ড
উত্তৰাকাণ্ড
ৰক্ষকুমাৰ
উৰ্মিলা
2017 চনৰ 26 নৱেম্বৰত তেজপুৰ
সাহিত্য সভাই বান থিয়টাৰত অনুষ্ঠিত কৰা এক
অনুষ্ঠানত দুটি গীত প্ৰথমবাৰৰ বাবে পৰিবেশন কৰা হয়। গীতদুটি
আহ আহ হ'ল "ভাই সকলোতি মিলি ‘
জনমভূমিৰ উদ্ধাৰ সাধো "
আৰু
"অজ্ঞান আন্ধাৰ ঠেলি জ্ঞানৰ পোহৰ বেলি
জিলিকে এই পূৱত।"
প্ৰশ্ন হ'ল গীতদুটি কোনজন মহান সাহিত্যিকৰ?
পদ্মনাথ গোহাঞিবৰুৱা
চন্দ্ৰকুমাৰ আগৰৱালা
লক্ষ্মীনাথ বেজবৰুৱা
অম্বিকাগিৰী ৰায়চৌধুৰী
কোনটো আন্দোলনত "বন্দে মাতৰম"ক শ্লোগান হিচাপে ব্যৱহাৰ কৰা হৈছিল ?
চিপাহী বিদ্ৰোহ
ভাৰত ত্যাগ আন্দোলন
অসহযোগ আন্দোলন
বংগ ভংগ আন্দোলন
Identify
Cotton college
Cotton Colegiate HS
Berry White Medical School
অসম সাহিত্য সভা ভৱন
'ৰূপকোঁৱৰ' কোনখন নাটকৰ এটি চৰিত্ৰ?
শোণিতকুঁৱৰী
নিমাতী কন্যা
ৰূপালীম
কাৰেঙৰ লিগিৰী
হাইদাং গীত কোনটো জনজাতীৰ লগত জড়িত ?
কছাৰী
ৰাভা
মৰাণ
বড়ো
Name of The Film
Alam Ara
Raja Harichandra
Mother India
Kisan kanya
Name of the country is
Guatemala
Bolivia
Haiti
Mozambique
Identify
Martina Navratilova
Chris Evert
Monica Seles
Billie Jean King
ভৰিটো কাৰ?
ফিডেল কাষ্ট্ৰো
ৰুই কষ্টা
পল ৰবচন
ডিয়েগো মাৰাডোনা
কোন?
গণেশ গগৈ
গজেন বৰুৱা
ৰুদ্ৰ বৰুৱা
আনন্দিৰাম দাস
Identify the brand
McLaren
McDowel's
McDonald's
Shell
কোন?
জয়পাল নাগ
বিৰচা মুণ্ডা
ঈশ্বৰ পাণ্ডে
টাণ্টিয়া টূপি
