WorksheetsPipalibari hs,viii
Total questions: 10
Worksheet time: 5mins
কোষৰ আৱিষ্কাৰ কোনে কৰিছিল?
ৰবাৰ্ট হুক
নিউটন
আইনষ্টাইন
এজনো নহয়
কোষৰ আৱিষ্কাৰ কোন চনত হৈছিল?
1700 চনত
1665 চনত
1900 চনত
1765 চনত
তলৰ কোনটো এককোষী জীৱ ?
হাতী
উটপক্ষী
এমিবা
এন্দুৰ
তলৰ কোনটো অংশ উদ্ভিদ কোষত পোৱা যায় কিন্তু প্ৰানী কোষত পোৱা নাযায়?
কোষাবৰণ
কোষপ্ৰৰস
কোষবেৰ
কোষকেন্দ্ৰ
স্নায়ুকোষৰ আকৃতি কেনেকুৱা?
গোলাকাৰ
দীঘল শাখাযুক্ত
মাকো আকাৰৰ
দণ্ড আকৃতিৰ
জীৱ জগতৰ আটাইতকৈ সৰু কোষটো ক’ত পোৱা যায়?
বেক্টেৰিয়া
এমিবা
পেৰামেছিয়াম
ভেঁকুৰ
উট চৰাইৰ কণীৰ আকাৰৰ জোখটো হ'ল
50 মি:মি:x30মি:মি:
10 মি:মি:x30মি:মি:
20 মি:মি:x60মি:মি:
170 মি:মি:x130মি:মি:
জীৱৰ বংশানুক্ৰমৰ আধাৰ হ'ল-
কোষকেন্দ্ৰ
কোষাবৰণ
প্ৰণ্ট'প্লাজম
জিন
প্ৰকোষকেন্দ্ৰীয় কোষৰ এটা উদাহৰণ হ'ল
বেক্টেৰিয়া
এমিবা
পেৰামেছিয়াম
এটাও নহয়
কোষাবৰণ আৰু কোষকেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্যবিধ হ'ল-
অতিকোষকেন্দ্ৰ
কোষবেৰ
ৰাইব'জম
কোষপ্ৰৰস
