wayground logo

Free Printable Worksheets

NEW

Font size

S
M
L
XL
Worksheets

Class 6 Assamese

Total questions: 10

Worksheet time: 5mins

Name
Class
Date
1.

তলৰ কোনটো লিখিত ভাষা?

a)

টি ভি চোৱা

b)

কিতাপ

c)

ৰেডিঅ শুনা

2.

তলৰ কোনখন পাঞ্জাৱী ভাষাৰ লিপি?

a)

ৰোমান

b)

গুৰুমুখী

c)

ফাৰ্চী

3.

ভাৰতত সংবিধান স্বীকৃত ভাষা কেইটা?

a)

২০

b)

২১

c)

২২

4.

ভাষাৰ মূল ৰূপ কি?

a)

মৌখিক

b)

লিখিত

5.

তলৰ কোনটো নিৰৰ্থক শব্দ?

a)

বাচন

b)

চিচনা

c)

পাণ

6.

বৰ্ণ সজোৱা-

ৱাজছোলীনী

a)

ইংৰাজী

b)

বাজলী

c)

ছোৱালী জনী

7.

ক্ৰম সম্পূৰ্ণ কৰা

ভাত-তৰা-_____-জালুক-কলম

a)

তাজ

b)

ৰজা

c)

তামোল

8.

তলৰ কোনটো ভাষাৰ লিপি দেৱনাগৰী নহয়?

a)

সংস্কৃত

b)

গুজৰাটী

c)

উৰ্দু

d)

মাৰাঠী

9.

ভাষা ভাব প্ৰকাশৰ এক প্ৰক্ৰিয়া

a)

শুদ্ধ

b)

অশুদ্ধ

10.

শব্দ কেইপ্ৰকাৰ?

a)

b)

c)

Similar Resources on Wayground