Free Printable Worksheets
NEW
Font size
More settings
তলৰ কোনটো শব্দ স্ত্ৰীলিংগ নহয়?
গায়িকা
ৰান্ধনি
দাৱনী
মাখুন্দী
ম + ঐ = ?
মো
মঐ
মৈ
মৌ
তলৰ কোনটো ঐ কাৰ থকা বানান?
বেচেৰা
খেল
মৌচাক
মাকৈ
ল'ৰাবোৰে খেলি আছে ।ইয়াত ল'ৰাবোৰে শব্দটোৰ উপযুক্ত সৰ্বনাম পদ কি হ'ব
সি
মই
আমি
সিহঁত
তলৰ কোনটো ও কাৰ যুক্ত শব্দ?
জোনালী
কলমৌ
লেতেৰা
হ + ো =?
ৰো
হো
হৌ
দুই মাহৰ জোৰাক কি বোলে?
জোৰা বোলে
দোমাহী
কোমোৰা