wayground logo

Free Printable Worksheets

NEW

Font size

S
M
L
XL
Worksheets

Reasoning for Adolescents

Total questions: 18

Worksheet time: 18mins

Name
Class
Date
1.

তলত দিয়া শৃংখলাত অনুপস্থিত উপাদানটো বিচাৰি উলিয়াওক: ABD EFH IJL MNP QRT......?

a)

ZXA

b)

WXY

c)

XYZ

d)

UVX

2.

যদি এটা নিৰ্দিষ্ট ভাষাত MADRAS ক NBESBT হিচাপে ক'ড কৰা হয়, তেন্তে সেই ক'ডত BOMBAY কেনেকৈ ক'ড কৰা হয়?

a)

CPNCBX

b)

CPNCBZ

c)

CPOCBZ

d)

CQOCBZ

3.

এই ধাৰাবাহিকখন চাওক: ১২, ১১, ১৩, ১২, ১৪, ১৩, ..... ইয়াৰ পিছত কি সংখ্যা আহিব লাগে?

a)

১০

b)

১৬

c)

১৩

d)

১৫

4.

আজি যদি সোমবাৰ। তেন্তে ৭ দিনৰ পিছত কি দিন হ’ব:

a)

সোমবাৰ

b)

মঙলবাৰ

c)

শুকুৰবাৰ

d)

দেওবাৰ

5.

অদ্ভুতটো বিচাৰি উলিয়াওক

a)

ডাঃ হিমন্ত বিশ্ব শৰ্মা

b)

সৰ্বানন্দ সোণোৱাল

c)

তৰুণ গগৈ

d)

অখিল গগৈ

6.

২, ৬, ১২, ২0, __ ?

a)

২৯

b)

৩০

c)

৩১

d)

৩২

7.

২, ৫, ৮, ১১, __ ?

a)

১৩

b)

১৪

c)

১৫

d)

১৬

8.

যদি G=৭, L=১২, U=২১ হয় তেন্তে P=?

a)

১৩

b)

১৬

c)

১৯

d)

২৫

9.

তলত দিয়া থূপটোৰ পৰা অমিলটো বাছি উলিওৱা -

a)

HKNQ

b)

KNQT

c)

JNPQ

d)

ORUX

10.

যদি SCHOOL ক TDIPPM হিচাপে লিখা হয়, তেন্তে STUDENT ক লিখা হ'ব -

a)

TVUFEUO

b)

TUVFEUO

c)

TVUFEOU

d)

TUVEFOU

11.

তলত দিয়া থূপটোৰ পৰা অমিলটো বাছি উলিওৱা -

a)

ABCD

b)

JKLM

c)

PQRS

d)

WXYZ

12.

যদি MOTOR ক OMTRO হিচাপে লিখা হয়, তেন্তে BLACK ক লিখা হ'ব -

a)

BLACK

b)

KCABL

c)

LBAKC

d)

LBACK

13.

তলত দিয়া থূপটোৰ পৰা অমিলটো বাছি উলিওৱা -

a)

Meghalaya

b)

Tripura

c)

Nagaland

d)

Itanagar

14.

যদি G=7, L=12, U=21 হয় তেন্তে P=?

a)

13

b)

19

c)

16

d)

25

15.

2, 5, 8, 11, __ ?

a)

13

b)

14

c)

15

d)

16

16.

যুদ্ধ:মৃত্যু : : ধোৱা: ?

a)

জুই

b)

প্রদূষণ

c)

চিগাৰেট

d)

পোৰা

17.

ক্ৰিকেট : বেট :: হকী : ?

a)

লাঠি

b)

খেলুৱৈ

c)

বল

d)

ষ্টেডিয়াম

18.

দীপক ৰবিৰ ভাতৃ। ৰেখা অতুলৰ ভনী। ৰি ৰেখাৰ পুতেক। দীপক ৰখাৰ কি হয় ?

a)

বাপেক

b)

ভাগিন

c)

পুতেক

d)

ভােয়ক