
কুইজ প্ৰতিযোগিতা
Quiz
•
Professional Development
•
Professional Development
•
Practice Problem
•
Hard
Manash Sarmah
Used 16+ times
FREE Resource
Enhance your content in a minute
15 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
20 sec • 1 pt
গীতটি কোন খন বোলছবিৰ
ককাদেউতা আৰু নাতি ল'ৰা
ককাদেউতাৰ ঘৰ জোঁৱাই
ককাদেউতাৰ নাতি আৰু হাতী
ককাদেউতাৰ হাতী
2.
MULTIPLE CHOICE QUESTION
20 sec • 1 pt
দক্ষিণ ভাৰতৰ এই গৰাকী কণ্ঠ শিল্পীৰ এটি গীত অসমীয়া এটা গীতৰ লগত সম্পূৰ্ণ মিল আছিল৷ গীতটি বিগত কেইমাহ মানৰ আগত জনপ্ৰিয় হৈছিল ৷ কণ্ঠ শিল্পী গৰাকীৰ নাম কি?
কে কোকিল্লা
পি চুচিল
মাংগলি বাথুকাম্মা
শ্বাৰ্বনা ভাৰ্গভি
3.
MULTIPLE CHOICE QUESTION
20 sec • 1 pt
অডিঅ'টোত আজিৰ পৰা কেইবছৰ মান আগত জনপ্ৰিয় হোৱা এটা বিজ্ঞাপন ৷ বিজ্ঞাপনটো কোনটো কোম্পানীৰ লগত জড়িত?
ন'কিয়া
ডিচটিভি
এযাৰটেল
চেমচাং
4.
MULTIPLE CHOICE QUESTION
20 sec • 1 pt
কোনজন ভাৰতীয় ক্ৰিকেটাৰে টেষ্ট ক্ৰিকেটৰ দুয়োটা ইংনিচতে প্ৰথম শতক অৰ্জন কৰিছিল?
কপিল দেৱ
চুনিল গাভাস্কাৰ
বিজয় হাজাৰে
শচীন তেণ্ডুলকাৰ
5.
MULTIPLE CHOICE QUESTION
20 sec • 1 pt
গ্ৰীক ৰজা চেলুকজৰ কটকী হৈ চন্দ্ৰগুপ্তৰ ৰাজসভালৈ অহা পৰ্যটক গৰাকীৰ নাম কি?
হিউৱেন চাং
মেগাস্থানিচ
ফাহিয়ান
মেগেলান
6.
MULTIPLE CHOICE QUESTION
20 sec • 1 pt
তলৰ কোনটো চৰিত্ৰ শ্বেক্সপিয়েৰৰ নাটকৰ নহয়?
মিৰিন্দা
মেকবেথ
এন্টনিঅ
অডিচি
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
এটা বাকচত ৰঙা মাৰ্বলতকৈ বগা মাৰ্বল তিনিটা কম আছিল ৷ সেউজীয়া মাৰ্বলতকৈ বগা মাৰ্বল পাঁচটা বেছি আছিল ৷ যদি বগা মাৰ্বল ১০টা আছিল তেন্তে বাকচত মুঠ মাৰ্বল কিমান আছিল?
১৫টা
২৮টা
১৮টা
২৫ টা
Create a free account and access millions of resources
Create resources
Host any resource
Get auto-graded reports

Continue with Google

Continue with Email

Continue with Classlink

Continue with Clever
or continue with

Microsoft
%20(1).png)
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?
Similar Resources on Wayground
Popular Resources on Wayground
10 questions
Honoring the Significance of Veterans Day
Interactive video
•
6th - 10th Grade
9 questions
FOREST Community of Caring
Lesson
•
1st - 5th Grade
10 questions
Exploring Veterans Day: Facts and Celebrations for Kids
Interactive video
•
6th - 10th Grade
19 questions
Veterans Day
Quiz
•
5th Grade
14 questions
General Technology Use Quiz
Quiz
•
8th Grade
25 questions
Multiplication Facts
Quiz
•
5th Grade
15 questions
Circuits, Light Energy, and Forces
Quiz
•
5th Grade
19 questions
Thanksgiving Trivia
Quiz
•
6th Grade
