wayground logo

Free Printable Worksheets

NEW

Font size

S
M
L
XL
Worksheets

19 may

Total questions: 12

Worksheet time: 6mins

Name
Class
Date
1.

য়ুহান ডায়েৰীৰ লিখক কোন?

a)

ফাংফাং

b)

লিংকিং

c)

ৱাংঝু

d)

জিংপি

2.

"Thermal corona combat headgear" যন্ত্ৰৰ দ্বাৰা কি কৰা হয়?

a)

বহুলোকৰ উষ্ণতা আতৰৰ পৰা জোখা হয়

b)

বহুলোকৰ কৰণা টেষ্ট কৰা হয়

c)

কৰুণা ৰূগীৰ সংখ্যা নিৰ্ণয় কৰা হয়

d)

ইমিউনিটি পৰীক্ষা কৰা হয়

3.

এচিয়া ডেভেলপমেন্ট বেংকৰ মতে ক'ৰণাৰ কাৰণে বিশ্ব অৰ্থনীতিৰ কিমান লোকচান হ'ব?

a)

৪.৪ পৰা ৮ত্ৰিলিয়ন

b)

১০ ৰ পৰা ২০ত্ৰিলিয়ন

c)

৫.৮ ৰ পৰা ৮.৮ ত্ৰিলিয়ন

d)

২ ৰ পৰা ৭ ত্ৰিলিয়ন

4.

আন্তৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস পালন কৰা হয়?

a)

১৫ মে'

b)

১৬ মে

c)

১৮ মে'

d)

১৯ মে'

5.

GOAL প্ৰগেমৰ উদ্দেশ্য

a)

জনজাতীয় লোকৰ কাৰিকৰী কৌশলৰ বৃদ্ধিৰ বাবে

b)

জনজাতীয় লোকৰ শিক্ষা বৃদ্ধিৰ বাবে

c)

জনজাতীয় লোকৰ কৰণা সজাগতা বৃদ্ধি বাবে

d)

ওপৰৰ এটাও নহয়

6.

প্ৰথম লোকপিয়ল কাৰ দিনত হৈছিল?

a)

লৰ্ড কাৰ্জন

b)

লৰ্ড ৰিপন

c)

লৰ্ড মিন্টু

d)

লৰ্ড ৱেভেল

7.

ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানিৰ শাসণ কেতিয়া অন্ত পৰে?

a)

১৯৪৫ চন

b)

১৯২০ চন

c)

১৮২৬ চন

d)

১৮৫৮ চন

8.

"গীতা" খন কোনে প্ৰথমে ইংৰাজীলৈ অনুবাদ কৰিছিল?

a)

ৰাজা ৰাম মোহন ৰায়

b)

এনি বেচান্ত

c)

দয়ানন্দ সৰস্বতি

d)

স্বামী বিবেকানন্দ

9.

আবুল ফজল কোন ভাষাৰ পণ্ডিত আছিল

a)

হিন্দী

b)

উৰ্দু

c)

পাৰ্চী

d)

সংস্কৃত

10.

মাই চাইড (My side) গ্ৰন্থ খনৰ ৰচক কোন?

a)

আৰ কে নাৰায়ণ

b)

ডেভিদ বেকহাম

c)

অমত্য সেন

d)

চেতন ভগৱত

11.

পঞ্চম বাৰৰ বাব নিৰ্বাচিত হোৱা ইজৰাইলৰ প্ৰধান মন্ত্ৰী জনৰ নাম কি?

a)

বেঞ্জামিন নেতানয়াহু

b)

হুচলি মোবাৰক

c)

ৰিউভেনি ৰিভিলিন

d)

জন কেমেৰুন

12.

ইউৰোপৰ কোনখন দেশ শেহতীয়াকৈ ক'ৰণা মুক্ত বুলি ঘোষণা কৰা হ'ল

a)

শ্লভানিয়া

b)

শ্লভাকিয়া

c)

চিলি

d)

উত্তৰ কুৰিয়া