wayground logo

Free Printable Worksheets

NEW

Font size

S
M
L
XL
Worksheets

Quiz 12 june

Total questions: 10

Worksheet time: 5mins

Name
Class
Date
1.

শেহতীয়াকৈ ভাৰতৰ কোন খন ৰাজ্যই গ্ৰীষ্ম কালীন ৰাজধানী পৃথকৈ ঘোষণা কৰিছে?

a)

উত্তৰাখণ্ড

b)

বিহাৰ

c)

হিমাচল প্ৰদেশ

d)

অসম

2.

ৰমন মেগেছেছে বঁটা তৃতীয় বাৰৰ বাবে কিমান চনত প্ৰদান কৰাৰ পৰা বিৰত আছিল?

a)

২০২০

b)

১৯৯০

c)

১৯৭০

d)

২০০৫

3.

শেহতীয়াকৈ তলৰ কোনটো খণ্ডক আয়ুস্মান ভাৰতে সামৰি লোৱাৰ কথা ঘোষণা কৰিছে?

a)

প্ৰবজনকাৰী শ্ৰমিক

b)

পদ পথৰ ব্যৱসায়ী

c)

শক্তি বিভাগক

d)

ওপৰৰ এটাও নহয়

4.

অসম চৰকাৰে শিক্ষাৰ্থীৰ বাবে জিঅ টিভিত নতুনকৈ মুকলি কৰা চেনেলটোৰ নাম কি?

a)

বিদ্যাদান

b)

জ্ঞান ভাৰতী

c)

জ্ঞানবৃক্ষ

d)

ডিক্সা

5.

কোনখন আঁচনিৰ অধীনত ফিট ইণ্ডিয়া প্ৰগেমে দহ বিধ খেল প্ৰচাৰৰ উদ্দেশ্যে ফ্লিম প্ৰস্তুত কৰিছে?

a)

বন্দে ভাৰত

b)

এক ভাৰত শ্ৰেষ্ঠ ভাৰত

c)

বিদ্যা ভাৰত

d)

স্পন্দন

6.

তলৰ কোনটো বঁটা জাভেদ আখটাৰক প্ৰদান কৰা হৈছে?

a)

ৰমন মেগেছেছে

b)

ৰিচাৰ্ড ডাউকিন

c)

এচিয়ান এৱাৰ্ড

d)

চনি গ্লড এৱাৰ্ড

7.

"Mercer 2020 cost of live survey" মতে ভাৰতৰ কোন খন চহৰ আটাইতকৈ খৰচী চহৰ

a)

দিল্লী

b)

মুম্বাই

c)

গুৱাহাটী

d)

চেন্নাই

8.

সাগৰৰ আটাইতকৈ গভীৰতালৈ যোৱা প্ৰথম মহিলা কোন?

a)

বাচেন্দ্ৰী পাল

b)

নৰমান ৱে

c)

কেথী চুলিভান

d)

হেলেন স্মিথ

9.

QS বিশ্ববিদ্যালয়ৰ স্থানৰ তালিকাত ভাৰতৰ কোনখন প্ৰতিষ্ঠান ১০০ খনৰ ভিতৰত আছে?

a)

আই আই টি মুম্বাই

b)

তেজপুৰ বিশ্ববিদ্যালয়

c)

আই আই টি মাদ্ৰাচ

d)

ওপৰৰ এটাও নহয়

10.

নন্দাদেৱী ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত?

a)

গুজৰাট

b)

উত্তৰ প্ৰদেশ

c)

উত্তৰাখণ্ড

d)

বিহাৰ