NEW
Font size
S
M
L
XL
WorksheetsQuiz by Ankur
Total questions: 10
Worksheet time: 5mins
Name
Class
Date
1.
ভাৰতৰ প্ৰথম বাতৰি কাকত খনৰ নাম কি?
a)
অৰুনোদই
b)
The Hindu
c)
বেংগল গেজেট
2.
'জন গণ মন' ক কেতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল?
a)
১৯৪৫ চনত
b)
১৯৪৭ চনত
c)
১৯৫০ চনত
3.
ভাংড়া কোনখন ৰাজ্যৰ মুখ্য নৃত্য?
a)
হাৰিয়ানা
b)
পাঞ্জাৱ
c)
গুজৰাট
4.
ভাৰতবৰ্ষৰ দীৰ্ঘতম ৰেলপথ দলং কোনখন?
a)
বগীবিল দলং
b)
মহাত্মা গান্ধী সেতু
c)
শৰাইঘাট দলং
5.
তোমাৰ হাতত যিমান টকা আছিল তাৰ ২/৫ অংশ খৰছ কৰাৰ পিছত যদি তোমাৰ হাতত ৩ টকা থাকে তেন্তে তোমাৰ হাতত কিমান টকা আছিল?
a)
৫ টকা
b)
৬ টকা
c)
২ টকা
6.
১০ জন শ্ৰমিকে এটা কাম ২০ দিনত কৰে, ২০ জন শ্ৰমিকে সেই কামটো কিমান দিনত কৰিব পাৰিব?
a)
৫ দিনত
b)
৭ দিনত
c)
১০ দিনত
7.
মানৱ দেহত ক্রমজমৰ সংখ্যা কিমান?
a)
৪৬ ডাল
b)
৪০ ডাল
c)
৪২ ডাল
8.
অসমৰ ক্ষুদ্ৰতম জিলাখনৰ নাম কি?
a)
মাজুলী
b)
বাক্সা
c)
দক্ষিণ শালমৰা
9.
১ কিলমিটাৰ ত কিমান মাইল?
a)
১ মাইল
b)
০.৬২১ মাইল
c)
১.৬ মাইল
10.
অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি?
a)
নামেৰী
b)
কাজিৰঙা
c)
মানাহ
Reset
